Page 6

TCD Multilingual 2015

Sunayana Baruah Role: M.Phil student in Psychoanalytic Studies First Language: Assamese Other Languages: English, Spanish, Hindi, Punjabi Language: Assamese (Asaimis) Family: Indo-Aryan Spoken in: India and Bangladesh Speakers: 16 million মুৰ জন্ম হৈছিল ভাৰতৰ ওত্তৰ-পূৰ্বৰ অসমত৷ অসম হল জগতৰ আতাইতকৈ ডাঙৰ ছাহ উট্পাদক, আপুনি যদি চাহ খায়,তেনেহলে জানিব৷অসমিয়া মুৰ মাএিভাষা হয়৷অসমিয়া সকলু ভাৰতি-ইয়ুৰপি ভাষাৰ ভিতৰত পুৰ্বত৷অসমিয়া ভাষা বিবিধ ধৰনৰ ভাষাৰ পৰা গঢ়িত,যেনে শংছি্ঋত,ইৰানি,টিবেত-চীন আৰু পুৰনি জাপানিছৰ আইনূ ভাষাৰ৷মই কেঠলিক কন্ভেনটত পঢ়িছিলু আৰু আৰম্ভনিৰ পৰায়েই ভাষাৰ বৰষুন পৰিছিলে মুৰ উপৰত৷ইংৰাজী হল শিখ্য়াৰ মাধ্য়ম সেইকাৰণে ভাৰত হল আমেৰিকাৰ পিচত চবতকে ডাঙৰ ইংৰাজী ভাষিক দেশ৷প্ৰথম বাৰতেই ইমান কেইতা ভাষা শিকিবলে ভালে খিনিয়েই পাৰিছিলো৷বিদ্য়ালয়ত থাকুতে ইংৰাজীত পাতিছিলো আৰু ঘৰত আহি অসমিয়া৷মুৰ বিদ্য়ালয়ত দেশৰ বিভিন্ন জাগাৰ লগ আছিলে আৰু আমি ছবৰে ভাষাৰ শব্দ বুজি লৈছিলো৷এবাৰ মনত আছে মাৰ পৰা গালি খাছিলো কাৰন মানুহৰ আগত হিন্দীৰ গালিৰ মানে শুধিছিলো৷এতিয়া একেতায়েই গালি খুব ব্য়বহাৰ কৰিছিলো দিলি্লত থাকুতে৷মই পাচটা ভাষাত কথা কব, লিখিব আৰু পঢ়িব পাৰু্৷সেইকিতা হল-ইংৰাজী,অসমিয়া,হিন্দী, পান্জাবী আৰু ছে্পনিছ৷মই কলেজত ইংৰাজী পঢ়িব খুজিছিলো কিন্তু পিচত সলনি কৰিলো৷দিলি্লত থাকুতে হিন্দী, পান্জাবীত কথা কবলে শুজুগ পাইছিলো৷ ছে্পনিছ ভাষা মাছ্টাৰ্চ দিগ্ৰী পঢ়ি থাকুতে শিকিছিলো৷ছাকিৰাৰ গান বুজিবলে, এন্ছিলাডা আৰু টেকিলা ছান্ৰাইজ খাবলে আৰু লৰ্কাৰ কবিতা পঢ়িবলে শিকিছিলো৷এতিয়া মই সহজতে ভাষা সলনি কৰিব পাৰু৷মই আইৰেলন্দৰ নিছিনা ধুনিয়া দেশ এখনত জিমান মানুহ লগ পালু,তেওলোকে সকলোৱে মুৰ ইংৰাজীৰ কথা সলাগিলে৷ তেওলোকক মই ধন্য়বাধ জনালো৷ 4


TCD Multilingual 2015
To see the actual publication please follow the link above